PrimaNota.ru - самый крупный в мире бесплатный архив песенных текстов, аккордов, табулатур и нот


Jayanta Hazarika - Jodi Kahaniba Xurbur Xex Hoi - аккорды и текст, видео

Регистрация Запомнить меня
Войти через:  Facebook Google Twitter Vk Yandex Mail.ru

Jayanta Hazarika - Jodi Kahaniba Xurbur Xex Hoi - аккорды и текст, видео

Печатать
Просмотров: 46
Jodi Kahaniba Xurbur Xex Hoi
Jayanta Hazarika
(G)
যদি কাহানিবা সুৰবোৰ শেষ হয়
(C)
এই সৃষ্টিৰদুপৰ বেলা
(D)
হে সুৰকাৰ কিহেৰে সজাবা
(Am) ---- (G)
পৃথিৱীৰ সুৰৰ মেলা
(C)
যদি মই প্ৰশ্ন কৰোঁ
(D) ----- (G)
যদি মই প্ৰশ্ন কৰোঁ ...
(C) -- (D) - (G)
যদি মই প্ৰশ্ন কৰোঁ
(G)
যদি কেতয়াবা ভাষাবোৰ শেষ হয়
(C)
নাঁও মেলোতেই ভাব সাগৰত
(D)
হে কবা তুমি কিহেৰে পুজিবা
(Am)
কবিতা ৰাণীক মৰতত
(C)
যদি মই প্ৰশ্ন কৰোঁ
(C) -- (D) - (G)
যদি মই প্ৰশ্ন কৰোঁ ...
(C) -- (D) - (G)
যদি মই প্ৰশ্ন কৰোঁ 



✪✪✪✪✪✪ INTERLUDE ✪✪✪✪✪✪


(G) ------- (Bm) -- (C)
আৰু, যদি দেখা ৰংবোৰো শেষ হয়
(Am) ----- (G)
আধা আঁকোতেই ছবিখনি
(C)
হে শিল্পী কিদৰে আকিবা
(Am) ----- (G)
আধা অঁকা ছবি খনি
(C)
যদি মই প্ৰশ্ন কৰোঁ
(D) ----- (G)
যদি মই প্ৰশ্ন কৰোঁ ...
(C) -- (D) -- (G) 
যদি মই প্ৰশ্ন কৰোঁ 



✪✪✪✪✪✪ INTERLUDE ✪✪✪✪✪✪



(G) ------ (Bm) -- (C)
যদি, আশাবোৰ নিৰাশাত লীণ হয়
(Am) ---- (G)
জীৱনৰ প্ৰথম পুৱাতেই
(G) --- (Bm) -- (C) 
আৰু ধুমুহাৰ বৃষ্টিত শেষ হয়
(Am) -------- (G)
ফুলপাহি আধা ফুলো-তেই
(C)
হে বন্ধু পাৰিবা জানো
(Am) ----- (G)
বাধা দিব সৃষ্টিৰ নাশিনিক
(C)
যদি মই প্ৰশ্ন কৰোঁ
(D) ----- (G)
যদি মই প্ৰশ্ন কৰোঁ ...
(C) -- (D) - (G)
যদি মই প্ৰশ্ন কৰোঁ
Добавлено: 06.12.2015
Вам также может быть интересно:
Другие материалы по этой песне:
  • Аккорды и текст

Страница создана 06.12.2015
http://primanota.ru/jayanta-hazarika/jodi-kahaniba-xurbur-xex-hoi-chords.htm
Привет, Гость.
Предлагаем пройти революционный курс по гитаре.
Подарок от PrimaNota.Ru, забирай!